‘CJI ৰঞ্জন গগৈয়ে অসমক ধ্বংসৰ দিশলৈ ঠেলি দিছে’ - মন্তব্য শিলাদিত্য দেৱৰ

অসমNovember 04, 2019, 09:19 IST

দক্ষিণ কামৰূপৰ চমৰীয়াত এখ সভাত বিধায়ক শিলাদিত্য দেৱে কয় যে NRCক অসমীয়াৰ ভৱিষ্যতৰ নথি বুলি CJI ৰঞ্জন গগৈয়ে কোৱা কথাষাৰ ভুল। NRCত অন্তৰ্ভুক্ত হৈছে মুছলমান বাংলাদেশীৰ নাম।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি