হিমন্তৰ কনভয়ৰ খুন্দাত ২ যুৱক নিহত হোৱাৰ অভিযোগ

অসমAugust 15, 2019, 23:04 IST

বিশ্বনাথৰ বাঘমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি