কামাখ্যাত উদ্ধাৰ এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ, এই সন্দৰ্ভত কি ক’লে আৰক্ষী আয়ুক্তই?

অসম08:16 AM IST Jun 20, 2019

ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীৰ উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে স্নিফাৰ ডগৰ সহায়ত অভিযান চলায় আৰক্ষীয়ে। অৱশ্যে এতিয়াও সন্ধান পোৱা নাই মহিলাগৰাকীৰ মুণ্ড।

webtech_news18

শেহতীয়া লাইভ টিভি