মাতৃক বিচাৰি হাহাকাৰ, ৰাইজে উদ্ধাৰ কৰিলে কণমানি গজৰাজক

অসমMay 31, 2019, 09:46 IST

নুমলীগড়ৰ দেও পাহাৰৰ কাষৰ এটা খালত আবদ্ধ হৈ পৰে মাতৃৰ পৰা বিচ্ছিন্ন এটা কণমানি হাতী পোৱালি। স্থানীয় ৰাইজে সুস্থ অৱস্থাত উদ্ধাৰ কৰে পোৱালিটো।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি