কেইখন আসন লাভ কৰিব অগপই?

অসম1:34 PM IST May 20, 2019

২৩ মে’ত ঘোষণা হ’ব লোকসভা নিৰ্বাচন ২০১৯ৰ ফলাফল। ইয়াক লৈ NEWS18 IPSOSৰ লগতে কেইবাটাও সমীক্ষা প্ৰতিষ্ঠানে অনুমান কৰিছে কোন দলে লাভ কৰিব কিমানখন আসন। আৰু এই সন্দৰ্ভত অগপ সভাপতি অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক’লে যে চমকপ্ৰদ ফলাফল পাব বিজেপিয়ে।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading