‘ইছি কো প্যাৰ কেহতে হ্যে’ত অভিনয় অসমৰ সুনীতাৰ

অসমApril 20, 2019, 10:26 IST

বলীউদৰ জনপ্ৰিয় গায়ক ছানৰ এক নতুন গীত ‘ইছি কো প্যাৰ কেহতে হ্যে’ত অভিনয় কৰিছে অসমৰ অভিনেত্ৰী সুনীতা কৌশিকে। মুক্তিৰ পিছতে গীতটোৱে লাভ কৰিছে যথেষ্ট জনপ্ৰিয়তা।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি