অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিয়া, চাওক VIDEO

অসম12:47 PM IST Oct 10, 2019

কলিকতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰীগৰাকী। আজি মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়ত সম্পন্ন হ’ব শ্যামন্তিকা আৰু সুপ্ৰতিমৰ বিয়া। (ভিডিঅ’ Lucky Sharma (Beta)ৰ ফেচবুক ৱালৰ পৰা সংগৃহীত)

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading