ক্ষমতাৰ অপব্যৱহাৰ কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যইঃ সুস্মিতা দেৱ

অসমJune 12, 2019, 22:21 IST

বন আৰু আবকাৰী বিভাগৰ বিষয় ববীয়াক ব্যৱহাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে। পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি