কেমেৰাৰ সন্মুখতে উটি গল দলং,উভতি লৰ দিয়ে দলঙত থকা আটাইকেইজন লোকে, চাওক ভিডিঅ’

অসম9:05 AM IST Jul 1, 2019

দামৰা আৰু পাটপাৰা সংযোগী এই দলংখনৰ বাবে ৰাইজে জনপ্ৰতিনিধিৰ ওচৰত বাৰম্বাৰ আবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই ৷ মেঘালয়ৰ পৰা নামি অহা ঢলে উটুৱাই লৈ গ'ল ১০/১২ খন গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ সম্বল বাঁহৰ দলংখন ।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading