VIDEO: কালৰূপী বান, এইপৰ্যন্ত ৭জন লোকৰ প্ৰাণহানি, দিশহাৰা বহু লোক

অসম07:26 PM IST Jul 13, 2019

ফেনে ফোটোকাৰে বাঢ়ি অহা নৈ উপনৈৰ বাঢ়নী পানীত নিতৌ প্লাৱিত হৈছে ন ন অঞ্চল। কালৰূপী বানৰ কবলত পৰি এইপৰ্যন্ত ৭জন লোকে প্ৰাণ হেৰুৱাৰ লগতে দিশহাৰা হৈ পৰিছে সহস্ৰাধিক গাঁৱৰ ৰাইজ।

| News18 Assam

শেহতীয়া লাইভ টিভি