গেৰুৱা হ’ল অশ্বিনী চেতিয়া, যোগ দিলে বিজেপিত

অসম9:08 PM IST Jul 30, 2019

এসময়ত RSSক সাম্প্ৰদায়িক বুলি অভিহিত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল অশ্বিনী চেতীয়া নামৰ নেতাজন। ঐতিহাসিক কাৰেংঘৰত উঠি RSS-এ শ্লোগান দিয়াৰ বাবেই আটাছুৰ ৰোষত পৰিছিল RSS নেতা।

| News18 Assam

শেহতীয়া লাইভ টিভি