VIDEO: ফটাশিলত এগৰাকী যুৱতীক এচিড নিক্ষেপ দুৰ্বৃত্তৰ

অসম8:00 PM IST Jun 5, 2019

কালাপাহাৰৰ পাছত এইবাৰ ফটাশিলত এগৰাকী যুৱতীক এচিড নিক্ষেপ দুৰ্বৃত্তৰ। ইপিনে চাৰি দিনত দুটাকৈ এচিড আক্ৰমণৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে মহানগৰ আৰক্ষীক।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি