নগাঁৱত দ্ৰুতবেগী বাহনৰ তলত সোমাল মহিলা আৰক্ষী, চাওক VIDEO

অসম9:41 AM IST Nov 1, 2019

নগাঁৱৰ ৰান্ধনী–সহায়িকাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত টনা–আঁজোৰা। নগাঁৱৰ লাওখোৱা পথ অৱৰোধ কৰিছিল প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদৰ মাজতেই এখন গাড়ীয়ে খুন্দিয়ালে এগৰাকী মহিলা আৰক্ষী জোৱানক।

| News18 Assam
শেহতীয়া লাইভ টিভি