ডিমৌত ফটকা ফুটাই থকাৰ সময়তে দ্ৰুতবেগী বাহনে মহতিয়াই নিলে যুৱকক, চাওক VIDEO

অসম2:36 PM IST Oct 28, 2019

দীপাৱলীৰ নিশা কেইজনমান যুৱকে ফটকা ফুটাই থকাৰ সময়তে মহতিয়াই নিয়ে সমীৰ দাস নামৰ যুৱকজনক। গুৰুতৰভাৱে আহত যুৱকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক সুশীল বৰাক প্ৰহাৰ একাংশ লোকৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading