চিৰাং জিলাৰ বাসুগাঁও ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৰ্বৰ ঘটনা

অসম8:10 PM IST May 13, 2019

ৰাজ্যত এতিয়াও সন্দেহজনক নাগৰিকৰ দপদপনি। বাটে–ঘাটে দুৰ্বৃত্তই ভাবুকি দিছে খিলঞ্জীয়া যুৱকক। ছচিয়েল মিডিয়াত বিয়পাইছে বিষবাষ্প। NRCৰ দাবী–আপত্তি দাখিলৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ৰাজ্যত আবিৰ্ভাৱ হৈছে দুৰ্বৃত্তৰূপী এদল সন্দেহজনক নাগৰিকৰ।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading