মুছলমান যুৱকক ‘জয় শ্ৰীৰাম ধ্বনি’ দিবলৈ বাধ্য কৰোৱা উদণ্ড যুৱকৰ VIDEO ভাইৰলে

অসম09:57 AM IST Jun 20, 2019

সত্ৰনগৰী বৰপেটাক কলুষিত কৰিব পৰা এনে ঘটনাৰ সৈতে জড়িত উদণ্ড যুৱককেইজনৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাই বুধবাৰে নিশা আমছুৱে ৰাম সেনা, অসমৰ প্ৰতিষ্ঠাপক নেতা যোগী দেৱজিৎ ডেকাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷

webtech_news18

শেহতীয়া লাইভ টিভি