VIDEO: ওদালগুৰিৰ শিহৰণকাৰী ঘটনা সন্দৰ্ভত কি ক’লে স্থানীয় ৰাইজে

অসম5:34 PM IST Jul 6, 2019

বহু সময় চেষ্টা চলাইও চহৰীয়াক সৈমান কৰিব নোৱাৰাত আৰক্ষীয়ে কৰে গুলীচালনা। আৰক্ষীয়ে গুলীয়াই আহত কৰে চহৰীয়া আৰু তেওঁৰ পুত্ৰক। আৰক্ষীয়ে পিতা-পুত্ৰক গুলীয়াই উদ্ধাৰ কৰে শিশুটিক।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading