পূজাৰ নামত উলংগ হৈ নৰবলিৰ অপচেষ্টা বিজ্ঞান শিক্ষকৰ, চাওক VIDEO

অসম5:37 PM IST Jul 6, 2019

লোমহৰ্ষক ঘটনাৰ বিষয়ে সম্ভেদ স্থানীয় লোকে উদ্ধাৰৰ চেষ্টা চলায় শিশুটিক। উদ্ধাৰৰ বাবে যোৱা ৰাইজকো আক্ৰমণ চহৰীয়া পৰিয়ালৰ। ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। বহু সময় চেষ্টা চলাইও চহৰীয়াক সৈমান কৰিব নোৱাৰাত আৰক্ষীয়ে কৰে গুলীচালনা।

| News18 Assam
শেহতীয়া লাইভ টিভি
corona virus btn
corona virus btn
Loading