‘ভাল ছাত্ৰই নহয়, এজন ভাল ল’ৰা ঈশান’

অসম12:08 PM IST May 15, 2019

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান অধিকাৰ কৰিছে নগাঁৱৰ ঈশান ভূঞাই। ঈশানৰ সফলতাত ৰেনেছা  একাডেমীত আনন্দৰ লহৰ।

webtech_news18

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান অধিকাৰ কৰিছে নগাঁৱৰ ঈশান ভূঞাই। ঈশানৰ সফলতাত ৰেনেছা  একাডেমীত আনন্দৰ লহৰ।

শেহতীয়া লাইভ টিভি