সোণাৰিৰ নৈশ বাছত কোনে আনিছিল ৪৫টাকৈ বন্দুক? চাওক VIDEO

অসম9:47 AM IST Nov 30, 2019

নাগালেণ্ডৰ হৰ্নবিল ফেষ্টিভেললৈ এই বন্দুকসমূহ অনাৰ কথা ধৃত ব্যক্তিৰ স্বীকাৰোক্তি। মন জিলাৰ কহিমা অভিমুখী ব্লু হিলছ ট্ৰেভেলছৰ লাকী নামৰ নৈশ বাছখনৰ পৰা উদ্ধাৰ এই বন্দুকসমূহ।

News18 Assam | News18 Assam
শেহতীয়া লাইভ টিভি