দৰঙৰ দলগাঁৱত জুৱা খেলত বাধা দিয়া ৪ যুৱকক খেদি খেদি আক্ৰমণ, চাওক VIDEO

অসম12:15 PM IST Oct 29, 2019

দৰগাঁৱৰ ২নং শিয়ালমাৰীত মুকলিভাৱে চলা জুৱা খেলত বাধা দিয়াৰ বাবে চাৰিজন যুৱকক খেদি খেদি আক্ৰমণ কৰে জুৱাৰীৰ দলে। বাঁহ, লাঠি, ৰডেৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় যুৱককেইজন।

| News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি