Gold price today

Gold Price Today

বিয়াৰ বতৰত বা উৎসৱকালীন সময়ত সোণ–ৰূপৰ মূল্যৰ ভিন্নতা দেখা যায়। সোণৰ মূল্য প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্থিৰতা, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আৰু বহুকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। কোৰোণা মহামাৰীৰ সময়ত সোণৰ মূল্য বৃহৎ পৰিমাণে বঢ়া দেখা গৈছিল। বিনিয়োগকাৰীয়ে সোণক ভৱিষ্যতৰ বিনিয়োগ হিচাপে গ্ৰহণ কৰাৰ কাৰণে সোণৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাই ভাৰতত প্ৰতি দহ গ্ৰামত অভিলেখ স্তৰ ৫৬,২০০ টকা হৈছিল। ২০২০ চনৰ আগষ্ট মাহত এই বৃদ্ধি দেখা গৈছিল।

Gold Price Today - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি