Budget

Budget

সৰ্বকালৰ প্ৰথমখনি ডিজিটেল কেন্দ্ৰীয় বাজেট উপস্থাপন কৰি, কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে ২০২১ তো ভাৰতৰ ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিবআৰু সেয়ে ইতিহাসৰ এই বিন্দুত, য’ত ক’ভিড-পৰৱৰ্তী বিশ্বৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্ক সলনি হৈ এটা নতুন যুগৰ উদয় হৈছে – সেই মুহূৰ্ততে ভাৰতে অংগীকাৰ আৰু আশাৰ বাস্তৱায়িত কৰিবলৈ ভালদৰে প্ৰস্তুত হৈছে। কেন্দ্ৰীয় বাজেট, ২০২১-২২ ৰ মূল বৈশিষ্ট্যৰাজি তলত উল্লেখ কৰা হ’লঃ কেন্দ্ৰীয় বাজেট, ২০২১-২২ ৰ ৬ টি স্তম্ভঃ স্বাস্থ্য আৰু কল্যাণ বাস্তৱ ও আৰ্থিক মূলধন আৰু আন্তঃগাঁথনি আকাংক্ষিত ভাৰতৰ অৰ্থে সৰ্বব্যাপী উন্নয়ন মানৱ সম্পদৰ পুনৰুজ্জীৱন উদ্ভাৱন আৰু গৱেষণা ও উন্নয়ন ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন স্বাস্থ্য আৰু কল্যাণ স্বাস্থ্য আৰু কল্যাণৰ অৰ্থে ২০২০-২১ ৰ বাজেট প্ৰাক্কলন (BE) ৯৪,৪৫২ কোটি টকাৰ বিপৰীতে ২০২১-২২ ৰ বাজেট প্ৰাক্কলন ২,২৩,৮৪৬ কোটি টকা ব্যয় – এয়া বৃদ্ধিৰ হাৰ ১৩৭% তিনি ক্ষেত্ৰ সুদৃঢ়কৰণৰ লক্ষ্য যথাঃপ্ৰতিৰোধক, আৰোগ্যক্ষম আৰু কল্যাণ স্বাস্থ্য আৰু কল্যাণৰ উন্নীতকৰণৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপসমূহঃ ভেকচিন ২০২১-২২ বাজেট প্ৰাক্কলনত ক’ভিড-১৯ ৰ ভেকচিনৰ অৰ্থে ৩৫,০০০ কোটি টকা বছৰি ৫০,০০০ শিশুৰ মৃত্যু ৰোধ কৰিবলৈ বৰ্তমানে ৫ ৰাজ্যৰপৰা সমগ্ৰ ৰাষ্ট্ৰখনতে মেড-ইন-ইণ্ডিয়া নিইম’ক’কাল ভেকচিন প্ৰদান কৰা হ’ব স্বাস্থ্য প্ৰণালী ৬ বছৰত ৬৪,১৮০ কোটি টকা ব্যয়েৰে এনএইচএমৰ সংযোজন হিচাপে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা নতুন আঁচনি পিএম আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনাৰ শুভাৰম্ভ কৰা হ’ব পিএম আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনাৰ অধীনত মূল মধ্যবৰ্ত্তিতাঃ একক স্বাস্থ্যৰ অৰ্থে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ১৭,৭৮৮ গ্ৰাম্য আৰু ১১,০২৪ নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ভাইৰ’ল’জিৰ অৰ্থে ৪ আঞ্চলিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ১৫ স্বাস্থ্য় জৰুৰীকালীন অপাৰেশ্যন কেন্দ্ৰ আৰু ২ ম’বাইল চিকিৎসালয় সকলো জিলাত সংহত জন স্বাস্থ্য লেব আৰু ১১ ৰাজ্যত ৩৩৮২ খণ্ড জন স্বাস্থ্য ইউনিট ৬০২ জিলা আৰু ১২ কেন্দ্ৰীয় প্ৰতিষ্ঠানত ক্ৰিটিকেল কেয়াৰ হাস্পতাল ব্লক ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC)ৰ সুদৃঢ়কৰণ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ সংহত স্বাস্থ্য় তথ্য পৰ্টেলৰ সম্প্ৰসাৰণ ১৭ নতুন জন স্বাস্থ্য ইউনিট বিশ্ব স্বাস্থ্য সংস্থা (WHO) দক্ষিণ-পূব এছিয়া অঞ্চলৰ অৰ্থে আঞ্চলিক গৱেষণা প্লেটফৰ্ম ৯ জৈৱ-সুৰক্ষা III পৰ্যায়ৰ লেবৰেটৰী পুষ্টি পোষণ অভিযান ২.০ ৰ সূচনা কৰা হ’বঃ পানী যোগানৰ সৰ্বজনীন ক’ভাৰেজ স্বচ্ছ ভাৰত, স্বাস্থ্য ভাৰত স্বচ্ছ বায়ু বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ ২,২১৭ কোটি টকা স্ক্ৰেপিং পলিচী পুৰণি আৰু আনফিট বাহন চিনাক্ত কৰিবলৈ স্বেচ্ছামূলক বাহন স্ক্ৰেপিং পলিচী অট’মেটেড ফিটনেছ চেন্টাৰত ফিটনেছ টেষ্ট বাস্তৱ ও আৰ্থিক মূলধন আৰু আন্তঃগাঁথনি প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি (PLI) ১৩ খণ্ডত পিএলআই আঁচনিৰ অৰ্থে অহা ৫ বছৰত ১.৯৭ লাখ কোটি টকা আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে মেনুফেক্সাৰিং গ্ল’ৱেল চেম্পিয়ন গঢ়ি তুলিবলৈ আৰু প্ৰতিপালনৰ অৰ্থে মূল খণ্ডসমূহৰ স্কেল আৰু ৰূপ সাধন কৰিবলৈ যুৱ সমাজৰ অৰ্থে নিয়োগ সৃষ্টি কৰিবলৈ বস্ত্ৰ পিএলআইৰ সংযোজন স্বৰূপে মেগা ইনভেষ্টমেন্ট টেক্সটাইল পাৰ্ক (MITRA)আঁচনি আন্তঃগাঁথনি ৭,৪০০ প্ৰকল্পলৈ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন (NIP)সম্প্ৰসাৰিত কৰা হৈছে পথ আৰু ঘাইপথ আন্তঃগাঁথনি সৰ্বকালৰ সৰ্বাধিক ব্যয় হিচাপে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অৰ্থে ১,১৮,১০১ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে –ইয়াৰে ১,০৮,২৩০ কোটি টকা কেপিটেলৰ অৰ্থে ৫.৩৫ লাখ কোটি টকীয়া ভাৰতমালা পৰিযোজনাৰ অধীনত, ৩.৩ লাখ কোটি টকা ব্যয় সাপেক্ষে ১৩,০০০ কিঃমিঃ ৰৰোধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিবলৈ আগবঢ়া হৈছে অৰ্থনৈতিক বুলনিৰ পৰিকল্পনা কৰা হৈছে ধ্বজাবাহী কৰিড’ৰ/এক্সপ্ৰেছৱেঃ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে বেংগালুৰু-চেন্নাই এক্সপ্ৰেছৱে কানপুৰ-লক্ষ্নৌ এক্সপ্ৰেছৱে দিল্লী-ডেৰাডুন অৰ্থনৈতিক বুলনি ৰায়পুৰ-বিশাখাপট্টনম চেন্নাই-চালেম বুলনি অমৃতসৰ-জামনগৰ দিল্লী-কাট্ৰা সকলো নতুন ৪ আৰু ৬- লেনযুক্ত ঘাইপথত উন্নীত ট্ৰেফিক ব্যৱস্থাপনা প্ৰণালী ৰেলৱে আন্তঃগাঁথনি ৰেলৱেৰ অৰ্থে ১,১০,০৫৫ কোটি টকা যাৰ ১,০৭,১০০ কোটি টকা মূলধনী ব্যয়ৰ অৰ্থে ভাৰতৰ অৰ্থে ৰাষ্ট্ৰীয় ৰেল পৰিকল্পনা (২০৩০): ইয়াৰ জৰিয়তে ২০৩০ ৰ ভিতৰত ‘ফিউচাৰ ৰেডী’ ৰেলৱে প্ৰণালী গঢ়ি তোলা হ’ব ২০২৩ ৰ ডিচেম্বৰৰ ভিতৰত ব্ৰড-গজ পথৰ ১০০% বৈদ্যুতীকৰণ সম্পূৰ্ণ কৰা হ’ব ২০২১ ৰ শেষত ব্ৰড গজ ৰাউট কিলোমিটাৰ(RKM) বৈদ্যুতিকৰণে ৪৬,০০০ আৰকেএম স্পৰ্শ কৰেহি মেক ইন ইণ্ডিয়া কৌশলক সুগম কৰি তুলি লজিষ্টিক ব্যয় লাঘৱ কৰিবলৈ ২০২২ ৰ জুনত পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (DFC) আৰুপূব ডিএফচি কাৰ্যক্ষম হৈ উঠিব নগৰীয়া আন্তঃগাঁথনি মেট্ৰ’ ৰেল নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু চিটি বাছ সেৱাৰ বৃদ্ধিৰদ্বাৰা নগৰীয়া অঞ্চলত ৰাজহুৱা পৰিবহণৰ শ্বেয়াৰ বৃদ্ধি কৰা হয় ৰাজহুৱা বাছ পৰিবহণ বৃদ্ধিৰ অৰ্থে ১৮,০০০ কোটি টকীয়া এখন নতুন আঁচনি শক্তি আন্তঃগাঁথনি যোৱা ৬ বছৰত ১৩৯ গিগা ৱাটৰ সংস্থাপিত সামৰ্থ্য আৰু ১.৪১ লাখ চাৰ্কিট কিঃমি) ৰ ট্ৰেন্সমিশ্যন লাইনৰ সংযোজন ঘটোৱা হৈছেআৰু ২.৮ কোটি গৃহস্থী অতিৰিক্তভাৱে সংযোজিত কৰা হৈছে প্ৰতিযোগিতাৰ বৰ্ধনৰ অৰ্থে বিতৰণ কোম্পানী বাছি ল’বলৈ উপভোক্তাক বিকল্প আগবঢ়োৱা যায় পুনৰায় গঠিত, সংস্কাৰ-মূলক আৰু ফলাফল-সংযোজিত নতুন শক্তি বিতৰণ খণ্ড আঁচনিৰ অৰ্থে ৫ বছৰত ৩,০৫,৯৮৪ কোটি টকা ব্যয় কৰা হয় এটি বিস্তৃত ৰাষ্ট্ৰীয় হাইড্ৰ’জেন শক্তি অভিযান, ২০২১-২২ ৰ শুভাৰম্ভ কৰা হ’ব বন্দৰ, জাহাজ, জলপথ মূল বন্দৰসমূহ পৰিচালনাৰ অৰ্থে ২১-২২ বিত্তীয় বৰ্ষত পিপিপি-ধৰণেৰে ২,০০০ কোটি টকা মূল্যৰ ৭ প্ৰকল্প আগবঢ়োৱা হ’ব পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ ১ কোটিৰো অধিক হিতাধিকাৰীক সামৰি ল’বলৈ উজ্জ্বলা আঁচনিৰ সম্প্ৰসাৰণ অহা ৩ বছৰত চিটি গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কৰে ১০০ অধিক জিলাক সামৰি লোৱা হ’ব জম্ম-কাশ্মীৰত এটা নতুন গেছ পাইপলাইন প্ৰকল্প এটা স্বতন্ত্ৰ গেছ পৰিবহণ প্ৰণালী অপাৰেটৰ স্থাপন কৰা হ’ব আৰ্থিক মূলধন এটা একক চিকিউৰিটি মাৰ্কেট ক’ড বিবৰ্তিত কৰা হ’ব জিআইএফটি-আইএফএছচি ত বিশ্বমানৰ এটা ফিন-টেক হাব স্থাপনৰ অৰ্থে সহযোগিতা ৰেগুলেটেড গ’ল্ড এক্সচেঞ্জৰ প্ৰণালী স্থাপন সকলো আৰ্থিক বিনিয়োগকাৰীৰ অধিকাৰ হিচাপে এটা ইনভেষ্টৰ চাৰ্টাৰৰ বিকাশ সাধন ছ’লাৰ এনাৰ্জি কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়ালৈ ১,০০০ কোটি টকা আৰু ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থালৈ ১,৫০০ কোটি টকাৰ কেপিটেল ইনফিউশ্যন বীমা খণ্ডত এফডিআই বৃদ্ধি অনুমোদনযোগ্য় এফডিআই সীমা ৪৯% ৰপৰা ৭৪% লৈ বৃদ্ধি কৰিবলৈ ষ্ট্ৰেচড এচেট ৰিজ’লুশ্যন এচেট ৰিকনচট্ৰাকশ্যন কোম্পানী লিমিটেড আৰু এচেট মেনেজমেন্ট কোম্পানী প্ৰতিষ্ঠা কৰা হ’ব পিএছবিৰ ৰিকেপিটেলাইজেশ্যন পিএছবিসমূহৰ আৰ্থিক সামৰ্থ্য দৃঢ় কৰিবলৈ ২০২১-২২ ত ২০,০০০ কোটি টকা ডিপ’জিট ইঞ্চুৰেন্স ডিআইচিজিচি আইন, ১৯৬১ ৰ সংশোধনী কোম্পানী প্ৰসংগ লিমিটেড লায়েবিলিটি পাৰ্টনাৰশ্বীপ (LLP)আইন, ২০০৮ ৰ ডিক্ৰিমিনেলাইজৰ অৰ্থে ক্ষুদ্ৰ কোম্পানীসমূহৰ সন্মতি প্ৰয়োজনীয়তা সহজতৰ কৰি তোলা ষ্টাৰ্ট-আপ আৰু উদ্ভাৱকসকলক প্ৰোৎসাহিত কৰি তোলা ঘটনাসমূহৰ ক্ষীপ্ৰ নিষ্পত্তি নিশ্চিত কৰা ২০২১-২২ ত ডাটা বিশ্লেষণ, কৃত্ৰিম বুদ্ধিমত্তা, মেছিন লাৰ্ণিং চালিত এমচিএ ২১ সংস্কৰণ ৩.০ সূচনা কৰা পুনঃ বিয়িয়োগ আৰু কৌশলী বিক্ৰী ২০২০-২১ ৰ বাজেট প্ৰাক্কলনত পুনঃ বিনিয়োগৰপৰা ১,৭৫,০০০ কোটি টকা আনুমানিক প্ৰাপ্তি ২০২১-২২ ত বিপিচিএল, এয়াৰ ইণ্ডিয়া, শ্বিপিং কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া, কন্টেইনাৰ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া, আইডিবিআই বেংক, বিইএমএল, পৱন হংস, নীলাচল ইস্পাত নিগম লিমিটেড ইত্যাদিৰ কৌশলী পুনঃ বিনিয়োগ সম্পূৰ্ণ হৈ উঠিছে। আইডিবিআই বেংকৰ বাহিৰে, দুটা ৰাজহুৱা খণ্ডৰ বেংক আৰু এটা সাধাৰণ বীমা কোম্পানীৰ ব্যক্তিগতকৰণকৰা হ’ব ২০২১-২২ ত এলআইচিৰ আইপিঅ’ কৌশলী পুনঃ বিনিয়োগৰ অৰ্থে নতুন নীতিত অনুমোদন জনোৱা হৈছে চৰকাৰী বিত্তীয় সংস্কাৰসমূহ স্বায়ত্তশাসিত সংস্থাসমূহৰ অৰ্থে ট্ৰেজাৰী ছিংগল একাউন্ট (TSA) প্ৰণালী সৰ্বজনীন এপ্লিকেশ্যনৰ অৰ্থে সম্প্ৰসাৰিত কৰা হ’ব সমবায়সমূহৰ অৰ্থে ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ সুচলতৰ কৰাৰ বাবে পৃথক প্ৰশাসনিক গাঁথনি আকাংক্ষিত ভাৰতৰ অৰ্থে সৰ্বব্যাপী উন্নয়ন কৃষি   সকলো পণ্যদ্ৰব্যতে ইয়াৰ উৎপাদন ব্যয়ৰ ন্যূনতম ১.৫ গুণ অধিক এমএছপি নিশ্চিতকৰণ। ক্ৰয়ৰ ক্ষীপ্ৰ বৃদ্ধিৰে তলত উল্লেখ কৰা ধৰণেৰে কৃষকক পৰিশোধ বৃদ্ধি পাইছেঃ (কোটি টকাত) ২০১৩-১৪ ২০১৯-২০ ২০২০-২১ ঘেঁহু ৩৩,৮৭৪ টকা ৬২,৮০২ টকা ৭৫,০৬০ টকা ধান ৬৩,৯২৮ টকা ১,৪১,৯৩০ টকা ১৭২,৭৫২ টকা ডাইল ২৩৬ টকা ৮,২৮৫ টকা ১০,৫৩০ টকা সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ স্বামিত্ব আঁচনি সম্প্ৰসাৰিত কৰা হৈছে ২২ বিত্তীয় বৰ্ষত কৃষিজাত ক্ৰেডিট ১৬.৫ লাখ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি ৩০,০০০ কোটি টকাৰপৰা ৪০,০০০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব ক্ষুদ্ৰ জলসিঞ্চন পুঁজি ১০,০০০ কোটি টকালৈ দুগুণ ২২ বিনষ্টযোগ্য পণ্য়লৈ ‘অপাৰেশ্যন গ্ৰীণ স্কিম’সম্প্ৰসাৰিত কৰা হ’ব মৎস্য খণ্ড আধুনিক মৎস্য পালন আশ্ৰয় আৰু মাছ লেণ্ডিং কেন্দ্ৰৰ অৰ্থে বিনিয়োগ তামিল নাডুত বহুমুখী সমুদ্ৰ উদ্ভিদ পাৰ্ক প্ৰব্ৰজিত শ্ৰমিক আৰু কৰ্মী ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আঁচনি অসংগঠিত শ্ৰমিক বল, প্ৰব্ৰজিত শ্ৰমিকৰ তথ্য সংগ্ৰহ কৰিবলৈ পৰ্টেল ৪ শ্ৰম সংহিতা ৰূপায়ণৰ কাম অব্যাহত ৰখা হৈছে বিত্তীয় অন্তৰ্ভুক্তি এছচি, এছটি আৰু মহিলাৰ অৰ্থে ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি এমএছএমই খণ্ডলৈ ১৫,৭০০ কোটি টকা আবন্টন মানৱ সম্পদৰ পুনৰুজ্জীৱন স্কুলীয়া শিক্ষা এনইপি উপাংশসমূহ ৰূপায়ণৰদ্বাৰা ১৫,০০০ বিদ্যালয় সুদৃঢ় কৰা যাব ১০০ নতুন সৈনিক বিদ্যালয় স্থাপন কৰা হ’ব উচ্চ শিক্ষা ভাৰতৰ উচ্চ শিক্ষা আয়োগ স্থাপনৰ অৰ্থে আইন এখন চহৰৰ সকলো চৰকাৰী মহাবিদ্য়ালয়, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠানক সামৰি ল’বলৈ আনুষ্ঠানিক ছত্ৰ গঠন প্ৰতিষ্ঠা লেহত কেন্দ্ৰীয় বিশ্ববিদ্যালয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ জনজাতীয় অধ্যুষিত অঞ্চলসমূহক ৭৫০ একলৱ্য আদৰ্শ আৱাসিক বিদ্যালয় অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ অৰ্থে মেট্ৰিক পৰৱৰ্তী স্কলাৰশ্বীপ আঁচনিৰ পুনৰাই গঠন দক্ষতা বিকাশ এপ্ৰেনটিচশ্বীপ আইনৰ সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে উদ্ভাৱন আৰু গৱেষণা ও উন্নয়ন ২০১৯ ৰ জুলাইত নেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ মডেলিটি ঘোষণা কৰা হৈছিল পৰিশোধৰ ডিজিটেল ম’ডক প্ৰোৎসাহিত কৰি তুলিবলৈ প্ৰস্তাৱিত আঁচনিৰ অৰ্থে ১,৫০০ কোটি টকা নেশ্যনেল লেংগুৱেজ ট্ৰেন্সলেশ্যন মিছন (NTLM) নিউ স্পেছ ইণ্ডিয়া লিমিটেড (NSIL)ৰ দ্বাৰা পিএছএলভি-চিএছ৫১ উৎক্ষেপন ডীপ অ’ছিয়ান মিছনৰ অৰ্থে পাঁচ বছৰত ৪,০০০ কোটি টকা ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসন ক্ষীপ্ৰ ন্যায়দান নিশ্চিত কৰিবলৈ ন্যায়াধীকৰণসমূহৰ সংস্কাৰ সাধনাৰ্থে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে সংযোগী হেল্থকেয়াৰ কৰ্মীসকলৰ অৰ্থে ৰাষ্ট্ৰীয় আয়োগ ইতিমধ্যে গঠন কৰা হৈছে নেশ্যনেল নাৰ্ছিং এণ্ড মিডৱাইফ কমিশ্যন বিল প্ৰৱৰ্তন কৰা হৈছে আৰ্থিক অৱস্থা প্ৰকাৰ প্ৰকৃত বাজেট প্ৰাক্কলন, ২০২০-২১ সংশোধিক প্ৰাক্কলন (RE)২০২০-২১ বাজেট প্ৰাক্কলন, ২০২১-২২ ব্যয় `৩০.৪২ লাখ কোটি `৩৪.৫০ লাখ কোটি `৩৪.৮৩লাখ কোটি মূলধন ব্যয় `৪.১২ লাখ কোটি `৪.৩৯ লাখ কোটি ` ৫.৫ লাখ কোটি বিত্তীয় ঘাটি (জিডিপিৰ %) - ৯.৫% ৬.৮% ৰাজ্যসমূহৰ নেট ধাৰঃ ১৫ সংখ্যক বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি ২০২১-২০২২ বৰ্ষটোৰ বাবে ৰাজ্যসমূহলৈ নেট ধাৰ জিএছডিপিৰ ৪% ত অনুমতি প্ৰদান কৰা হৈছে ১৫ সংখ্যক বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি২০২৩-২৪ ত ৰাজ্যসমূহে জিএছডিপিৰ৩% আৰ্থিক ঘাটিৰ সন্মুখীন হোৱাৰ আশা দেখা গৈছে পঞ্চদশ বিত্ত আয়োগঃ ২০২১-২৬ ক সামৰি চূড়ান্ত প্ৰতিবেদন ৰাষ্ট্ৰপতিক দাখিল কৰা হৈছে কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ আৰু লাডাখলৈ কেন্দ্ৰৰদ্বাৰা পুঁজি যোগান ধৰা হ’ব কৰ প্ৰস্তাৱ স্বচ্ছতাৰ লক্ষ্যৰে, যথোচিত কৰ প্ৰণালী প্ৰৱৰ্তন কৰা হ’ব প্ৰত্যক্ষ কৰ সফলতাসমূহঃ কৰ্প’ৰেট কৰৰ হাৰ বিশ্বখনৰ ভিতৰতে সৰ্বনিম্ন কৰিবলৈ আগবঢ়া হৈছে ক্ষুদ্ৰ কৰদাতাৰ সমস্যা লাঘৱ কৰা হৈছে ২০১৪ ৰ তুলনাত ২০২০ ত ৰিটাৰ্ণ ফাইলাৰ প্ৰায় দুগুণ হৈ ৬.৪৮ কোটি হয় ফেছলেছ মূল্যায়ন আৰু ফেছলেছ আপিল প্ৰৱৰ্তন কৰা যায় জ্যেষ্ঠ নাগৰিকসকললৈ সকাহঃ · কৰ ৰিটাৰ্ণ ফাইলিঙৰপৰা মুক্তকৰণ বিবাদ হ্ৰাস, সৰলীকৃত নিষ্পত্তিঃ এনআৰআইলৈ শিথিলকৰণঃ ডিজিটেল অৰ্থনীতিক উৎসাহ প্ৰদানঃ ডিভিডেন্টৰ অৰ্থে সকাহঃ আন্তঃগাঁথনিৰ অৰ্থে বৈদেশিক বিনিয়োগক আকৰ্ষিত কৰাঃ ইনফ্ৰাচট্ৰাকচাৰ ডেব্ট ফাণ্ডৰ প্ৰচলন কিছু চৰ্তৰ শিথিলকৰণ ‘সকলোৰে অৰ্থে গৃহ’ লৈ সহায়ঃ ১.৫ লাখ টকা পৰ্যন্ত সুতৰ অতিৰিক্ত হ্ৰাস ব্যয়সাধ্য গৃহ নিৰ্মাণ প্ৰকল্পৰ অৰ্থে টেক্স হলিডে’ ২০২২ ৰ মাৰ্চ পৰ্যন্ত স্প্ৰসাৰিত কৰা হৈছে জিআইএফটি চিটিৰ আইএফএছচিৰ অৰ্থে টেক্স ইনচেনটিভঃ এয়াৰক্ৰাফ্ট লিজিং কোম্পানীসমূহৰ আয়ৰপৰা কেপিটেল গেইনৰ অৰ্থে টেক্স হলিডে’ ইজ অৱ ফিলিং টেক্সঃ ক্ষুদ্ৰ ন্যাসসমূহলৈ সকাহঃ শ্ৰমিক কল্যাণঃ নিয়োগকৰ্তাৰদ্বাৰা কৰ্মচাৰীৰ পলম ডিপ’জিটৰ অনুমতি প্ৰদান কৰা নহয় ষ্টাৰ্ট-আপসমূহত বিনিয়োগৰ অৰ্থে কেপিটেল গেইন এক্সেমশ্যন ২০২২ ৰ ৩১ মাৰ্চলৈ সম্প্ৰসাৰিত কৰা হৈছে পৰোক্ষ কৰ জিএছটিঃ আজি পৰ্যন্ত গ্ৰহণ কৰা ব্যৱস্থাৰাজিঃ o এছএমএছৰ জৰিয়তে নিল ৰিটাৰ্ণ o ক্ষুদ্ৰ কৰদাতাসকলৰ অৰ্থে ত্ৰৈমাসিক ৰিটাৰ্ণ আৰু মাহেকীয়া পৰিশোধ o ইলেকট্ৰনিক ইনভয়চ প্ৰণালী o ভেলিডেটেড ইনপুট টেক্স ষ্টেটমেন্ট o প্ৰি-ফিলড এডিটেবল জিএছটি ৰিটাৰ্ণ o জিএছটিএন প্ৰণালীৰ সামৰ্থ্য় বৃদ্ধি o কৰ ফাঁকি দিওঁতাক চিনাক্ত কৰিবলৈ ডিপ এনালাইটিক্স আৰু এআইৰ ব্যৱহাৰ শুল্ক যুক্তি সংগত কৰাঃ দ্বৈত উদ্দেশ্যঃঘৰুৱা মেনুফেক্সাৰিঙক প্ৰোৎসাহন আৰু বৈশ্বিক মান শৃংখলত সংযোজিত হ’বলৈ ভাৰতক সহায় কৰা ইলেকট্ৰনিক আৰু ম’বাইল ফোন উদ্যোগঃ চাৰ্জাৰৰ কিছু অংশ আৰু ম’বাইলৰ কিছু উপাংশৰ ওপৰত কেতবোৰ ৰেহাই আঁতৰ কৰা হৈছে ম’বাইলৰ কিছু অংশৰ শুল্ক শূন্যৰপৰা ২.৫% লৈ সংশোধনী কৰা হৈছে লো আৰু তীখাঃ শুল্ক হ্ৰাস ষ্টীল স্ক্ৰেপৰ ওপৰত শুল্ক ২০২২ ৰ ৩১ মাৰ্চ পৰ্যন্ত ৰেহাই দিয়া হৈছে টেক্সটাইলঃ বেছিক কাষ্টম ডিউটি (BCD) ৫% লৈ হ্ৰাস কৰা হৈছে কেমিকেলঃ ঘৰুৱা মূল্য় সংযোজনক প্ৰোৎসাহিত কৰিবলৈ শুল্ক হাৰ হ্ৰাস কৰা হৈছে সোণ আৰু ৰূপঃ সোণ আৰু ৰূপৰ ওপৰত শুল্ক যুক্তিসংগত কৰা হৈছে নৱীকৰণযোগ্য শক্তিঃ ফেজড মেনিফেক্সাৰিং প্লেন কেপিটেল ইকুইপমেন্টঃ নিৰ্দিষ্ট অট’ উপাংশৰ শুল্ক সাধাৰণ হাৰ ১৫% লৈ বৃদ্দি কৰা হৈছে এমএছএমই পণ্যঃ ষ্টীল স্ক্ৰিউ আৰু প্লাষ্টিক বিল্ডাৰ ৱেৰৰ ওপৰত শুল্ক ১৫% লৈ বৃদ্ধি কৰা হৈছে কৃষিজাত পণ্যঃ কপাহৰ ওপৰত শুল্ক শূন্যৰপৰা ১০% আৰু খাটি ছিল্ক আৰু ছিল্ক আঁহৰ শুল্ক ১০% ৰপৰা ১৫% লৈ বৃদ্ধি কৰা হৈছে ক’ভিড-১৯ মহামাৰীটোৰ সময়ছোৱাত সফলতা আৰু মাইলৰ খুঁটি · প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা (PMGKY): ২.৭৬ লাখ কোটি টকা মূল্য় ৮০ কোটি লোকলৈ বিনামূলীয়া খাদ্য় শস্য ৮ কোটি পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছ ৪০ কোটিৰো অধিক কৃষক, মহিলা, বৃদ্ধ, দৰিদ্ৰ আৰু অভাৱী লোকলৈ প্ৰত্যক্ষভাৱে নগদ ধন · আত্মনিৰ্ভৰ ভাৰত পেকেজ (ANB 1.0): ২৩ লাখ কোটি টকা –জিডিপিৰ ১০% ৰ অধিক · গাঁথনিগত সংস্কাৰসমূহঃ ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড কৃষি আৰু শ্ৰম সংস্কাৰ এমএছএমই ৰ পুনৰ সংজ্ঞা খনি খণ্ডটোৰ বাণিজ্যিকীকৰণ ৰাজহুৱা খণ্ডৰ অধীনস্থৰ ব্যক্তিগতকৰণ প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি · ক’ভিড-১৯ ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ স্থিতিঃ ২ টা মেড-ইন-ইণ্ডিয়া ভেকচিন শীঘ্ৰেই ২ বা ততোধিক নতুন ভেকচিন লাভৰ সম্ভাৱনা প্ৰতি নিযুত জনসংখ্যাত ন্যূনতম মৃত্যুৰ হাৰ আৰু ন্যূনতম সক্ৰিয় ঘটনা ২০২১–ভাৰতীয় ইতিহাসৰ অৰ্থে মাইলৰ খুঁটিৰ বৰ্ষ · ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ · ভাৰতলৈ গোৱাৰ অভিগমনৰ ৬০ বছৰ · ১৯৭১ ৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ ৫০ বছৰ · স্বাধীন ভাৰতৰ ৮ম পিয়লৰ বৰ্ষ · ‘ব্ৰিকছ’ৰ অধ্যক্ষতাৰ দায়িত্ব পালন ভাৰতৰ · চন্দ্ৰায়ন-৩ অভিযানৰ বৰ্ষ হৰিদ্বাৰ মহাকুম্ভ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টি · আত্মনিৰ্ভৰতা –নতুন ধাৰণা নহয় –পুৰাতন ভাৰত আছিল আত্ম-নিৰ্ভৰ আৰু বিশ্বখনৰে বাণিজ্যিক অভিকেন্দ্ৰ · কেন্দ্ৰীয় বাজেট, ২০২১-২২ ত ১৩ টা অংগীকাৰ কৰা হয় আৰু আত্মনিৰ্ভৰতাৰ দৃষ্টিৰে ৰজিতা খুৱাই, আমাৰ স্বাধীনতাৰ ৭৫ বছৰত ২০২২ ৰ আমৰুট মহোৎসৱত ইয়াক মূৰ্ত কৰা হ’ব “বিশ্বাস হৈছে এনে এটা পক্ষী যিয়ে ঘনঘোৰ প্ৰত্যুষতো জ্যোতিৰ অনুভৱ কৰে আৰু সুৰীয়া সংগীত জুৰে।” – ৰবীন্দ্ৰনাথ ঠাকুৰ  

Budget - All Results

 

এতিয়া LIVE

    শেহতীয়া বাতৰি