মুখ্যপৃষ্ঠা » assam
assam
-
‘খিলঞ্জীয়া অসমীয়াই নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে।’
বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে
অসম | December 12, 2019, 8:43 pm -
সোণোৱালৰ গৃহভূমি চাবুৱাত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীয়ে জ্বলালে বেংক
দেৰগাঁৱত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিলে অগপ কাৰ্যালয়ত।
অসম | December 12, 2019, 8:34 pm -
মহানগৰীত এইপৰ্যন্ত আৰক্ষীৰ গুলীত তিনিজন নিহত
লাচিত নগৰত আৰক্ষীৰ গুলীচালনাত আহত যুৱকজনৰ GMCHত মৃত্যু হয়।
অসম | December 12, 2019, 7:55 pm -
কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আৰু এজন নিহত,হাতীগাঁৱত এজনৰ আৰক্ষীৰ গুলীত মৃত্যু
অসম | December 12, 2019, 7:14 pm -
CAB বিৰোধী আন্দোলনত গুলিবিদ্ধ দীপাঞ্জল দাসৰ মৃত্যু
প্ৰতিবাদৰ সময়ত লাচিত নগৰত আৰক্ষীৰ গুলীত আহত হৈছিল যুৱকজন
অসম | December 12, 2019, 6:45 pm -
তেজপুৰত হিন্দু জাগৰণ নেতাৰ গুণ্ডাগিৰি, হাতত তৰোৱাল লৈ প্ৰতিবাদকাৰীলৈ চোঁচা
অসম | December 12, 2019, 4:35 pm -
কেব বিৰোধী আন্দোলনৰ কাৰণে সেনাক আইন–শৃংখলাজনিত দায়িত্ব
জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ স্পৰ্শকাতৰ এলেকাত সেনা মোতায়েন।
অসম | December 12, 2019, 6:49 pm -
উত্তপ্ত ৰাজ্যঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি
অসম | December 12, 2019, 4:04 pm -
২২ ডিচেম্বৰলৈ বন্ধ থাকিব মহানগৰীৰ সকলো স্কুল–কলেজ
বুধবাৰৰ দৰেই স্বতঃস্ফূৰ্তভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে ৰাইজ।
অসম | December 12, 2019, 3:28 pm -
বিজেপি ত্যাগ কৰিলে অভিনেতা যতীন বৰাই
চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষৰ দায়িত্বও কৰিব ত্যাগ
অসম | December 12, 2019, 2:43 pm -
পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ, মহানগৰীৰ আৰক্ষী আয়ুক্তক বদলি
আন চাৰিজন DCPকো বদলি কৰা হৈছে।
অসম | December 12, 2019, 1:49 pm -
NEWS18ৰ সাংবাদিকক আক্ৰমণ, প্ৰতিবাদকাৰীয়ে ভাঙি পেলালে বাইক
ৰুক্মিণীগাঁৱত সাংবাদিক বেদব্ৰত বৰাক আক্ৰমণ আৰক্ষীৰ।
অসম | December 12, 2019, 1:40 pm -
জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক বাধা আৰক্ষীৰ, গুলীচালনা
খোজকাঢ়ি লতাশিললৈ আহি আছিল শিক্ষাৰ্থীসকল।
অসম | December 12, 2019, 1:14 pm -
মহানগৰীৰ লালুংগাঁৱত আৰক্ষীৰ গুলীত আহত চাৰি প্ৰতিবাদকাৰী
আহতকেইজনক এক্সেল কেয়াৰ আৰু আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
অসম | December 12, 2019, 11:55 am -
ক্ষোভত জ্বলিছে অসম, মোদীৰ আশ্বাস – আপোনালোক শংকিত নহ’ব
CAB গৃহীত হোৱাৰ পিছতে অসমবাসীক টুইটাৰযোগে আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
অসম | December 12, 2019, 11:43 am