Home » photogallery » world »Pictures: ৬০০০ ফুট উচ্চতাত নিৰ্মাণ কৰিলে বিলাসী হোটেল, চৌদিশে কেৱল শুভ্ৰ বৰফৰ দলিচা, যাব নেকি...

Pictures: ৬০০০ ফুট উচ্চতাত নিৰ্মাণ কৰিলে বিলাসী হোটেল, চৌদিশে কেৱল শুভ্ৰ বৰফৰ দলিচা, যাব নেকি...

যদি আপুনি কেতিয়াবা এনে এখন হোটেলৰ কল্পনা কৰিছে যাৰ চাৰিওফালে শান্তিৰ বাহিৰে আন একো নাই, তেন্তে ই শ্বেলডন চেলেট (Sheldon Chalet) হোটেলেই হ'ব লাগিব। আলাস্কাৰ ৰুথ গ্লেচিয়াৰ (Ruth Glacier, Alaska)ৰ মাজত নিৰ্মিত শ্বেলডন চেলেট হৈছে পৃথিৱীৰ দূৰৱৰ্তী এলেকাত নিৰ্মিত প্ৰথমখন হোটেল। আলাস্কাৰ ডেনলী ৰাষ্ট্ৰীয় উদ্যানৰ (Denali National Park) ওচৰত নিৰ্মিত, হোটেলখন কেৱল বৰফ আৰু দূৰদূৰণিৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ ভিতৰত এটা (Tourists' Places in United States) হৈছে এই ধুনীয়া হোটেলখন, যাৰ ছবিবোৰে আপোনাক আন এখন পৃথিৱীলৈ লৈ যাব।