অভিলেখ গঢ়া ভিডিঅ' ক্লিপটোত, লিনচেক নিজৰ বাহুৰে এটাৰ পিছত আনটো আপেল ভাঙি পেলোৱা দেখা গৈছিল। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা এনেদৰে লিখা হৈছে- লিনচে লিণ্ডবাৰ্গ ওৰফে মামা লুৱে এক মিনিটৰ ভিতৰতে বাইচেপেৰে ১০ টা আপেল গুৰি কৰি অভিলেখ গঢ়িছিল।(Credit- Guinnessworldrecords.com)