Home » photogallery » world »World Lion Day: পাৰিবনে আপুনি ? অৰণ্যৰ ৰজাক ঘৰৰ স্থায়ী সদস্য হিচাপে ৰখাটো সহজ নেকি ? এই মানুহজনৰ ঘৰত বাঘ-সিংহ ডাঙৰ-দীঘল হয় , চোফাত বহি থাকে বাঘ ! আহক চাও...

World Lion Day: পাৰিবনে আপুনি ? অৰণ্যৰ ৰজাক ঘৰৰ স্থায়ী সদস্য হিচাপে ৰখাটো সহজ নেকি ? এই মানুহজনৰ ঘৰত বাঘ-সিংহ ডাঙৰ-দীঘল হয় , চোফাত বহি থাকে বাঘ ! আহক চাও...

World Lion Day- ঘৰত পোহনীয়া জন্তুৰ দৰে বন্য জন্তু পালন কৰিবলৈ ভাল পোৱা এজন ব্যক্তি Arab Sheikh Humaid Abdalla AlBuQaish। সিংহৰ দৰে এটা বিপদজনক জন্তুৱে তেওঁৰ আঙুলিৰ মুৰত নাচে আৰু তেওঁৰ ঘৰৰ চোফাত সুন্দৰভাৱে বহি আছে।

শেহতীয়া বাতৰি