Home » photogallery » world »woman marries pet dog: প্ৰাক্তন স্বামীৰ সৈতেও ইমান সুখত নাছিলো! পোহনীয়া কুকুৰৰ সৈতে বিয়া হৈ ক’লে এগৰাকী মহিলাই

woman marries pet dog: প্ৰাক্তন স্বামীৰ সৈতেও ইমান সুখত নাছিলো! পোহনীয়া কুকুৰৰ সৈতে বিয়া হৈ ক’লে এগৰাকী মহিলাই

woman marries pet dog: তেওঁৰ পোহনীয়া কুকুৰ অৰ্থাৎ স্বামী খুবেই ভাল। কেতিয়াও আমাণ্ডাক বিৰক্ত নকৰে। আমাণ্ডাৰ মন বেয়া হ’লে ভাল কৰাৰ চেষ্টা কৰে।