১৫ হাজাৰ ৪০০ কোটি ডলাৰ খৰচ কৰি গেমছ ভিলেজ নিৰ্মাণ কৰিছে জাপানে। ইমান খৰচ কৰি নিৰ্মাণ কৰা ভিলেজৰ ভৱিষ্যৎ কি? খেল শেষ হ’লে অলিম্পিক ভিলেজৰ কি হয়? এইক্ষেত্ৰত প্ৰতিখন গেমছ ভিলেজৰ ভৱিষ্যৎ কিন্তু একেই নহয়। কোনো গেমছ ভিলেজ পৰিত্যক্ত হয়। কোনোটো আকৌ গেমছ শেখ হ’লেই সাধাৰণৰ বাবে খুলি ৰখা হয়।
7/ 8
আটলাণ্টা, বাৰ্ছিলোনা, ছিডনী, এথেন্সৰ গেমছ ভিলেজসমূহ কামত লগোৱা হৈছে। কোনোখন হৈছে পাৰ্ক, কোনোখন আকৌ সাংস্কৃতিক অনুষ্ঠান, খেলা–ধুলা আদি হয়।
8/ 8
ৰিঅ’ অলিম্পিকৰ পিছত কৰ্তৃপক্ষই ঠিক কৰিছিল, ভিলেজৰ কিছু অংশ পুনব্যৱহাৰ কৰা হ’ব। কিন্তু সেয়া নহ’ল। দীৰ্ঘদিনৰ পিছত এতিয়া সেই ভিলেজ পৰিত্যক্ত। টকিঅ’ অলিম্পিকৰ গেমছ ভিলেজ কি কৰা হ’ব তাক লৈ এতিয়াও সিদ্ধান্ত হোৱা নাই।