ঘটনাটো সংঘটিত হৈছে আমেৰিকাত। কোন বিমান বন্দৰত এই ঘটনা ঘটিছে সেয়া পোহৰলৈ অহা নাই। ভাইৰেল হোৱা এই ভিডিওত দেখা গৈছৈ যে, যুৱতীগৰাকীয়ে মুখত মাস্ক আৰু কেৱল বিকিনী পৰিধান কৰিয়েই বিমান বন্দৰত খোজ দিছে।
3/ 3
কান্ধত আছিল এটা বেকপেক, হাতত সৰু এটা বেগ। বিকিনী পৰিধান কৰিয়েই বৰ্ডিং পাচ দেখুৱাই বিমানবন্দৰত প্ৰৱেশ কৰে মহিলাগৰাকীয়ে। কিন্তু বিমানৰ আন যাত্ৰীয়েও বিশেষ খেয়াল কৰা নাছিল।