உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » world »IND vs SA: বিৰাট কোহলীৰ দৃষ্টিত চেঞ্চুৰিয়ান টেষ্টত বিজয়ৰ নায়ক কোন ?

    IND vs SA: বিৰাট কোহলীৰ দৃষ্টিত চেঞ্চুৰিয়ান টেষ্টত বিজয়ৰ নায়ক কোন ?

    India vs South Africa: চেঞ্চুৰিয়ানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক ১১৩ ৰাণত পৰাস্ত কৰিছে। বিৰাট কোহলীৰ (Virat Kohli) অধীনত টীম ইণ্ডিয়াই সুন্দৰ প্ৰদৰ্শন কৰে আৰু চেঞ্চুৰিয়ানত প্ৰথমবাৰৰ বাবে টেষ্ট মেচখন জিকিছে। বিৰাটে তেতিয়া সতীৰ্থসকলক প্ৰশংসা কৰিছে।