Home » photogallery » world »Weird News : বিশেষ এজনলৈ ভালপোৱা কম নকৰাকৈও আনক ভাল পাব পাৰি! জাষ্টিন, কেটী আৰু ক্লেয়াৰৰ আচৰিত কাহিনী।

Weird News : বিশেষ এজনলৈ ভালপোৱা কম নকৰাকৈও আনক ভাল পাব পাৰি! জাষ্টিন, কেটী আৰু ক্লেয়াৰৰ আচৰিত কাহিনী।

'পতি-পত্নী ঔৰ ৱহ'ৰ কাহিনী বহুত শুনিছে. কিন্তু আমেৰিকাত এনে এক ঘটনা সংগটিত হৈছে যিটোৱে সকলোকে হতভম্ব কৰি তুলিছে। এজন লোকৰ পত্নীৰ তেওঁৰ বান্ধবীৰ সৈতে প্ৰেম হোৱাৰ পিছত পতিয়ে কি কৰিলে জানিলে আচৰিত হ'ব আপুনিও।