Change Language
মুখ্যপৃষ্ঠা » ফটো » বিশ্ব
1/ 5


এক সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰি থাকোতেই চুলিত জুই লাগিল এজন গায়কৰ। চুলিত জুই লগাৰ পিছতো গীটাৰ বজাই গীত গাই থাকিল গায়কজনে।
2/ 5


গায়কজনৰ নাম ববী জনছন। নিজৰ বেণ্ডৰ সৈতে অনুষ্ঠান পৰিবেশন কৰি থোকেতে পিছফালে ফায়াৰ বক্সৰ পৰা ফিৰিঙটি ওলাই গায়কৰ চুলিত লাগে।
3/ 5


জুই লাগিল যদিও প্ৰথম অৱস্থাত গমেই পোৱা নাছিল ববী জনছনে। কিন্তু বেণ্ডৰে অন্য এজনে প্ৰত্যক্ষ কৰি জনছনৰ ওচৰলৈ দৌৰি আহে।
4/ 5


বেণ্ডৰ সহযোগী জনে যেতিয়া চুলিত লগা জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে, তেতিয়াও আনকি গীত পৰিবেশন কৰি থাকে ববী জনছনে।