নৰৱে’ত ২০০০ ফুট ওখ পাহাৰ প্ৰিকেষ্টলেনত এখন হোটেলৰ ডিজাইন কৰা হৈছে। দক্ষিণ নৰৱে’স্থিত এই পাহাৰখনলৈ আহে বহু পৰ্যটক। পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি এই হোটেলখন শীঘ্ৰে নিৰ্মাণ কৰা হ’ব।
2/ 5
এই হোটেলখন পাহাৰ কাটি ডিজাইন কৰা হ’ব। হোটেলখনৰ বিশেষ আকৰ্ষণ হ’ব ইয়াৰ ছুইমিং পুল। এই ছুইমিং পুল গ্লাছেৰে নিৰ্মাণ কৰা হ’ব আৰু শূন্যত ওলমি থাকিব। হোটেলখনৰ ডিজাইন কৰিছে তুৰ্কীৰ এটা আৰ্কিটেকচাৰেল ষ্টুডিঅ’ই।