Home » photogallery » world »পৃথিৱীত বহু পুৰুষেই 'মাতৃত্ব' ধাৰণ কৰিছে, কেৰালাৰ ঘটনাটো ভাৰতবৰ্ষত প্ৰথম! চাওক তেওঁলোকৰ সুখৰ মুহূৰ্তৰ ফটো

পৃথিৱীত বহু পুৰুষেই 'মাতৃত্ব' ধাৰণ কৰিছে, কেৰালাৰ ঘটনাটো ভাৰতবৰ্ষত প্ৰথম! চাওক তেওঁলোকৰ সুখৰ মুহূৰ্তৰ ফটো

Transgender Men Pregnant: কেৰালাৰ কোঝিকোডৰ এজন ৰূপান্তৰকামী পুৰুষৰ গৰ্ভধাৰণে এতিয়া সকলোতে শিৰোনাম দখল কৰিছে। মাৰ্চ মাহত প্ৰসৱ কৰিবলৈ ওলাইছে গৰ্ভৱতী মহিলাগৰাকীয়ে। হয়, ভাৰতত এয়া প্ৰথম ঘটনা, যেতিয়া এটি ৰূপান্তৰকামী দম্পতীয়ে সন্তান জন্ম দিব, কিন্তু এনে ঘটনা পৃথিৱীত আগতেও চৰ্চালৈ আহিছে। এইটো সঁচা যে এজন ৰূপান্তৰকামী পুৰুষে গৰ্ভৱতী হ’ব পাৰে। জানো আহক যে এগৰাকী ৰূপান্তৰকামী সন্তান জন্ম দিওঁতে কি সহ্য কৰে...

শেহতীয়া বাতৰি