Home » photogallery » world »Tokyo Olympics : মেৰী কমৰ পৰা ছানিয়া মিৰ্জালৈকে, Tokyoত নিজৰ যাদু দেখুৱাবলৈ সাজু এইসকল Super Mom...

Tokyo Olympics : মেৰী কমৰ পৰা ছানিয়া মিৰ্জালৈকে, Tokyoত নিজৰ যাদু দেখুৱাবলৈ সাজু এইসকল Super Mom...

Olympics 'চুপাৰ মম'এ এইবাৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছে। বিভিন্ন দেশৰ কিছুমান মহিলা খেলুৱৈকো টকিঅ'ত খেলি থকা দেখা যাব যিসকলে মাতৃ হোৱাৰ পাছতো ক্ৰীড়াত শক্তিশালী প্ৰদৰ্শন কৰি আছে। ইয়াৰ ভিতৰত আছে ভাৰতৰ দুগৰাকী মহিলা খেলুৱৈ।