Home » photogallery » world »Tokyo Olympics: স্বৰ্ণজয়ী নীৰজ হৈছে দেশৰ সৰ্বশেষ্ঠ চেম্পিয়ন যাক লৈ আছিল দেশবাসীৰ ১২৫টা বসন্তৰ অপেক্ষা...

Tokyo Olympics: স্বৰ্ণজয়ী নীৰজ হৈছে দেশৰ সৰ্বশেষ্ঠ চেম্পিয়ন যাক লৈ আছিল দেশবাসীৰ ১২৫টা বসন্তৰ অপেক্ষা...

Tokyo Olympics: নীৰজ চোপ্ৰাই জেভলিন থ্ৰোত সোণৰ পদক জিকি ইতিহাস সৃষ্টি কৰিছে। কোনো ভাৰতীয় খেলুৱৈয়ে আগতে কেতিয়াও এনে কৰিবলৈ সক্ষম হোৱা নাছিল। নীৰজৰ প্ৰদৰ্শনৰ পিছফালে ভাৰতেও অলিম্পিক ইতিহাসত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে।

শেহতীয়া বাতৰি