Home » photogallery » world »Congratulations Lovlina: কেতিয়াবা উচ্চতাক লৈ স্কুলত লাভলীনাক উপহাসৰ সন্মুখীন হৈছিল ! এতিয়া অলিম্পিকত পদক জয়ী কৰি লাভলীনাই আৰু বৃদ্ধি কৰিলে নিজৰ উচ্চতা ...

Congratulations Lovlina: কেতিয়াবা উচ্চতাক লৈ স্কুলত লাভলীনাক উপহাসৰ সন্মুখীন হৈছিল ! এতিয়া অলিম্পিকত পদক জয়ী কৰি লাভলীনাই আৰু বৃদ্ধি কৰিলে নিজৰ উচ্চতা ...

Tokyo 2020: অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)ৰ Tokyo Olympicsত মহিলাৰ ৱেলটাৰৱেট শ্ৰেণীৰ (৬৯ কিলোগ্ৰাম) ছেমিফাইনেলত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুসেনাজ সুৰমেনেলীৰ বিৰুদ্ধে পৰাজয় হোৱাৰ পিছত ব্ৰঞ্জৰ(Bronze) পদক অৰ্জন কৰিছে।

শেহতীয়া বাতৰি