Home » photogallery » world »Tokyo Olympics 2020: ভাৰতৰ ৫ গৰাকী Hockey তাৰকা, যিয়ে ৪১ বছৰৰ Medalৰ অপেক্ষাৰ অন্ত পেলালে...

Tokyo Olympics 2020: ভাৰতৰ ৫ গৰাকী Hockey তাৰকা, যিয়ে ৪১ বছৰৰ Medalৰ অপেক্ষাৰ অন্ত পেলালে...

Tokyo Olympics 2020: ভাৰতীয় পুৰুষ হকী দলে (Indian Men's Hockey Team)জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰি ৪১ বছৰৰ পিছত অলিম্পিকত (Tokyo Olympics 2020) পদক জয় কৰে। ভাৰতীয় হকী দলে তৃতীয় স্থানত ব্ৰঞ্জৰ পদক (Bronze Medal) লাভ কৰে।