২০১৫ চনত পিউ ৰিচাৰ্স চেণ্টাৰৰ এনলিচিষ্টাৰৰ এক ৰিপোৰ্টে জনাইছে এই কথা। পৃথিৱীৰ কোন কোন দেশত গৰ্ভপাত কৰাটো অত্যন্ত টান কাম। ইমানেই নহয়, গৰ্ভপাতক চূড়ান্ত অন্যায় হিচাপে মানি লোৱা হয় ডোমিনিক্যান ৰিপাব্লিক, অল চালভাডোৰ, নিকাৰাগুৱা, ভেটিক্যান চিটী, মাল্টাত।