Home » photogallery » world »Sri Lanka Latest News: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিছনাত প্ৰতিবাদকাৰীৰ জিৰণি, বহুমূলীয়া সামগ্ৰীসহ হাজাৰৰো অধিক সামগ্ৰী হৈছে সন্ধানহীন

Sri Lanka Latest News: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিছনাত প্ৰতিবাদকাৰীৰ জিৰণি, বহুমূলীয়া সামগ্ৰীসহ হাজাৰৰো অধিক সামগ্ৰী হৈছে সন্ধানহীন

শ্ৰীলংকাত দীৰ্ঘদিন ধৰি চলি থকা চৰকাৰ বিৰোধী প্ৰতিবাদে বিগত সময়ছোৱাত তীব্ৰ ৰূপ ধাৰণ কৰিছিল। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰিছিল ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰী গৃহত।

  • |

শেহতীয়া বাতৰি