Home » photogallery » world »Solar Storm: বুধবাৰে পৃথিৱীলৈ আহিব পাৰে সৌৰ ধুমুহা ! বিজ্ঞানী মহলতো তোলপাৰ ...

Solar Storm: বুধবাৰে পৃথিৱীলৈ আহিব পাৰে সৌৰ ধুমুহা ! বিজ্ঞানী মহলতো তোলপাৰ ...

Solar Storm: বিজ্ঞানীসকলে কেইদিনমান আগতে পৃথিৱীৰ মুখামুখি সৌৰ পৃষ্ঠত এটা নতুন সৌৰ কলঙ্ক দেখিছিল। তেওঁলোকে আশংকা কৰিছিল যে এই সৌৰ কলঙ্কৰ বাবে সৌৰ ধুমুহাৰ সৃষ্টি হ'ব।