Home » photogallery » world »Japan Earthquake : ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই ত্ৰাসিত কৰিছিল জাপানক, ফটোত চাওক ভূঁইকঁপৰ পিছৰ দৃশ্য

Japan Earthquake : ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই ত্ৰাসিত কৰিছিল জাপানক, ফটোত চাওক ভূঁইকঁপৰ পিছৰ দৃশ্য

Japan Earthquake : দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মতে, মিয়াগি আৰু ফুকুশিমাকে ধৰি সাতটা প্ৰান্তত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। পূৱ জাপানৰ বৃহৎ অংশত ৰাতিটোৰ ভিতৰতে কম্পন হৈছিল।