Home » photogallery » world »Sania Mirza Son's BirthDay : পাকিস্তান ক্ৰিকেট দলৰ সৈতে ছানিয়া মিৰ্জাই উদযাপন কৰিলে পুত্ৰ ইজানৰ জন্মদিন, লিখিলে আবেগসনা পোষ্ট

Sania Mirza Son's BirthDay : পাকিস্তান ক্ৰিকেট দলৰ সৈতে ছানিয়া মিৰ্জাই উদযাপন কৰিলে পুত্ৰ ইজানৰ জন্মদিন, লিখিলে আবেগসনা পোষ্ট

আইচিচি টি-২০ বিশ্বকাপ ২০২১ (ICC T20 World Cup 2021)ৰ সময়ত ছানিয়া মিৰ্জা (Sania Mirza) ) ছোৱেইব মালিকৰ (Shoaib Malik) সৈতে পাকিস্তান ক্ৰিকেট দলৰ বায়' বাবলত আছে। তেওঁ তেওঁৰ পুত্ৰ ইজান মিৰ্জা মালিকৰ (Izhaan Mirza Malik) তৃতীয় জন্মদিন পাকিস্তান ক্ৰিকেট দল আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে উদযাপন কৰে। টি-২০ বিশ্বকাপত এতিয়ালৈকে পাকিস্তানৰ যাত্ৰা উৎকৃষ্ট হৈছে, সেয়েহে সমগ্ৰ দলটো অধিক আনন্দত আছে।