শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰিছে জনতাই। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই পূৰ্বেই ৰাজভৱন এৰি পলায়ন কৰিছে। আৰক্ষী আৰু সেনাই অনুমান কৰিছিল পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে। জনা গৈছে, সেনাৰ নিৰাপত্তাত আছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি। সাধাৰণ মানুহে তেওঁৰ পদত্যাগ দাবী কৰিছে।