Home » photogallery » world »বিয়াৰ ১০বছৰ পিছত স্বামীক ত্যাগ কৰি ‘পুত্ৰ’ৰ সৈতে বিয়া, এতিয়া জন্ম দিলে কণমানি কন্যা সন্তানক, চাওক Photo

বিয়াৰ ১০বছৰ পিছত স্বামীক ত্যাগ কৰি ‘পুত্ৰ’ৰ সৈতে বিয়া, এতিয়া জন্ম দিলে কণমানি কন্যা সন্তানক, চাওক Photo

‘পৰিয়ালটো ধ্বংস কৰাক লৈ মোৰ আক্ষেপ আছে নে? হয় আৰু নহয় দুয়োটাই। মোৰ লাজ লাগিছিল যে মই ‘মা–দেউতাৰ’ ধাৰণাক বৰবাদ কৰিলো। মই প্ৰাক্তন স্বামীৰ ওচৰলৈ ঘূৰি যাব বিচাৰো নে? একেবাৰে নহয়। মোৰ তেওঁৰ প্ৰতি খং–ক্ষোভ আছে নে? এতিয়া আৰু নাই।’ দ্য চান’ত তেওঁৰ উদ্ধৃতিৰে এনেকৈ প্ৰকাশ পায়