ইউক্ৰেইনত ক্লাষ্টাৰ বোমা, ভেকুৱাম বোমাৰ দৰে মাৰাত্মক মাৰণাস্ত্ৰক লৈ আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে ৰাছিয়াৰ বিৰুদ্ধে (Vacuum Bomb in Russia Ukraine War)। সেৱল ইউক্ৰেইনেই নহয়, মানৱাধিকাৰ দল আৰু ইউক্ৰেইনত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতেও এই অভিযোগ কৰিছে। এই অস্ত্ৰ আৰু বোমাৰ ব্যৱহাৰৰ তীব্ৰ নিন্দা কৰিছে আন্তৰ্জাতিক মহলে।