Home » photogallery » world »Vacuum Bomb in Russia Ukraine War : মুহূৰ্ততে বাষ্পত পৰিণত হ’ব পাৰে মানৱদেহ, কি এই ‘ভেকুৱাম বোমা’? ইউক্ৰেইনত পেলাইছে নেকি ৰাছিয়াই?

Vacuum Bomb in Russia Ukraine War : মুহূৰ্ততে বাষ্পত পৰিণত হ’ব পাৰে মানৱদেহ, কি এই ‘ভেকুৱাম বোমা’? ইউক্ৰেইনত পেলাইছে নেকি ৰাছিয়াই?

Vacuum Bomb in Russia Ukraine War: এই ভেকুৱাম বোমাৰ আন এক নাম হ’ল থাৰ্মোবাৰিক ৱেপন। এই বোমা বিস্ফোৰণৰ পিছতে বতাহত অক্সিজেনৰ পৰিমাণ কমি যায়।