ৰাছিয়াৰ স্বাস্থ্য সচিব কিৰলি দিমিদ্ৰিভে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত কয় যে ঐতিহাসিক দিনৰ ক্ষণ গণিছে ৰাছিয়াই।
4/ 5
বিশ্বৰ আন দেশৰ গৱেষকসকলে আন আশংকা কৰিছে। তেওঁলোকৰ মতে এইপৰ্যন্ত কোনো বৈজ্ঞানিক তথ্য সন্মুখলৈ অনা নাই ৰাছিয়াই। মাৰ্কিন যুক্তৰাষ্ট্রৰ মডাৰেনা বা অক্সফোৰ্ডৰ ভেকচিনৰ ক্ষেত্ৰত পৰীক্ষণৰ তথ্য সন্মুখলৈ আহিছে।