உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » world »IPL 2022: ৮ টা দলে ৰাখিলে ২৭ জন গুৰুত্বপূৰ্ণ খেলুৱৈক ! কোনটো দলত খেলিব কোহলী, ধোনী, ৰাহুল, ৰোহিত ? চাওক তালিকা ...

    IPL 2022: ৮ টা দলে ৰাখিলে ২৭ জন গুৰুত্বপূৰ্ণ খেলুৱৈক ! কোনটো দলত খেলিব কোহলী, ধোনী, ৰাহুল, ৰোহিত ? চাওক তালিকা ...

    আই পি এল ২০২২ (IPL 2022)ৰ বাবে ৰখা খেলুৱৈৰ তালিকা প্ৰকাশ পাইছে। ৮ টা দলে মুঠ ২৭ জন খেলুৱৈক ধৰি ৰাখিছে। এম এছ ধোনী (MS Dhoni), ৰোহিত শৰ্মা (Rohit Sharma) আৰু বিৰাট কোহলী (Virat Kohli)ক তেওঁলোকৰ দলৰ দ্বাৰা সংযুক্ত কৰা হৈছে। কিন্তু পঞ্জাৱ কিংছৰ অধিনায়ক কে এল ৰাহুলে দলত স্থান পোৱা নাই।