চিকিৎসকৰ মতে, শৰীৰত এক বিশেষ বেক্টেৰীয়া বা ‘Digestive System’ত মাদকযুক্ত ‘Ethanol’ তৈয়াৰ হৈছে। যাৰ ফলত মহিলাগৰাকীৰ প্ৰস্ৰাৱত উলাইছে মদ। চিকিৎসকলৰ ভাষাত ব্লেডাৰত ইষ্ট গঠন হোৱাৰ কাৰণে শৰীৰৰ চেনীৰ নিষেচন ঘটি প্ৰস্ৰাৱত মদ ওলাইছে। মহিলাগৰাকীয়ে এটুপালো কিন্তু মদ নিজে নাখায়।